অসমExpress
আন্তৰ্জাতিক ক্ৰীড়া বিনোদন যোৱা ২৪ ঘণ্টা లైఫ్ స్టైల్

**সোনিয়া গান্ধীৰ পিছত প্ৰিয়ংকা গান্ধীও ক’ৰোনা পজিটিভ।**

প্ৰিয়ংকা গান্ধী ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰ পূৰ্বে কালি কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ ক’ৰোনা পজিটিভ হোৱা নিশ্চিত হৈছিল। উল্লেখযোগ্য যে কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীও কালি লক্ষ্ণৌৰ পৰা দিল্লীলৈ উভতি আহিছিল।

প্ৰিয়ংকা গান্ধীয়ে টুইট কৰি কয়, “মই ক’ভিডত আক্ৰান্ত হৈছোঁ। মোৰ কিছু লক্ষণ দেখা দিছে। মই সকলো প্ৰট’কলৰ প্ৰতি লক্ষ্য ৰাখিছোঁ।”

Related posts

विधान सभा सामान्य निर्वाचन- 2022 को सकुशल सम्पन्न कराने हेतु थाना- शोहरतगढ़ व एसएसबी की संयुक्त टीम ने किया एरिया डोमिनेशन 

Web1Tech

হাৰ্দিক পেটেল বিজেপিত যোগদান কৰিলে।

Web1Tech

దేశ్ మేం కోరినా నే పకడ్డీ రఫ్తార్,కల్ కి తులానా మేం ఆ ఏజ్ జ్యాదా నమే.

Web1Tech