অসমExpress
లైఫ్ స్టైల్

হাৰ্দিক পেটেল বিজেপিত যোগদান কৰিলে।

গুজৰাটৰ পাটিদাৰ নেতা হাৰ্দিক পেটেলে কংগ্ৰেছৰ সংগ এৰি বিজেপিত যোগদান কৰিলে।

গুজৰাটৰ পাটিদাৰ নেতা হাৰ্দিক পেটেলে কংগ্ৰেছৰ সংগ ত্যাগ কৰি আজি বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ পূৰ্বে হাৰ্দিক পেটেলে টুইট কৰি কয়, “ৰাষ্ট্ৰহিত, প্ৰদেশহিত, জনহিত আৰু সমাজহিতৰ ভাৱনাৰে আজি মই এটা নতুন অধ্যায়ৰ আৰম্ভণি কৰিবলৈ গৈ আছোঁ। ভাৰতৰ সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলি থকা ৰাজ্য সেৱাৰ অংশীদাৰ হৈ মই এজন সৰু সৈনিক হিচাপে কাম কৰিম।”

Related posts

अखिल भारतीय उद्योग व्यापार मंडल सिद्धार्थनगर ने किया पुलिस का सम्मान ,अंगवस्त्र मय पुष्प गुच्छ किया भेंट

Web1Tech

**সোনিয়া গান্ধীৰ পিছত প্ৰিয়ংকা গান্ধীও ক’ৰোনা পজিটিভ।**

Web1Tech

गनमैन ने खुद को गोली मार अपनी जीवन लीला की समाप्त।

Web1Tech